- 831
- 2,290
- 124
মোবাইল টোৰ ৰিংটন টো বাজিব ধৰিলে । মই তেতিয়া গা ধুই ওলাইছে হে মাত্ৰ । ৰাতিপুৱাৰ সময় ভাগত মোৰ যথেষ্ঠ খৰ ধৰ হয় গা টোৱে ধুম নে বাঠ্ৰুমতে যাম । চাহ পানীয়ে খাম নে লুচি ভাজীয়ে খাম। ইয়াৰ কাৰণ টো হল এটাই মই ৰাতিপুৱা দেৰি কে উঠোঁ 8 বজাত । 9 বজাত কলেজ যাব লাগে সাজি কাঁচি এক ঘণ্টাত দেন্দিন কাম বৰ খৰ খেদা হৈ পৰে ।
মই ফোন টো ৰেছিভ কৰি লাইডস্পিকাৰত থৈ আইনা খনৰ সন্মুখত মুখমণ্ডলত ক্ৰীম লগাই পিনে কলো " হেল্লো "
সিপিনৰ পৰা মাত আহিল " সুৱাৰৰ বাচ্চা তই ৰেডি হৈছা নে নাই ।"
মই কলো " 5 মিনিট ৰ যাই আছোঁ "
সিপিনৰ পৰা " সোনকালে আহ মই গেটত ৰৈ আছোঁ "
মই ফোন টো কাটি সোনকাল সোনকাল কাপোৰ পিন্ধি পিঠিত বেগ খন লৈ ওলালো ।