- 774
- 1,818
- 124
মই আচৰিত হৈ কলো তাক " আৰে সেইটো ধেমালি আছিল । আমাকো আগত আমাৰ চিনিওৰে বিলাকে ৰেগিং কৰিছিল । তাৰ কাৰণে তুমি আমাক অপহৰণ কৰিছা । পাগল নেকি তুমি ইমান সৰু কথাত তুমি এনে কাম কৰিছা । আৰু মই অকলে কিয় । বাকী বিলাকে ও আছিল সিহঁত কত সিহঁতকো কি অপহৰণ কৰিছা ।"
সি আকৌ খঙত জাঙুৰ খাই উঠিল আৰু মোৰ গালত চৰ মাৰিলে " কুক্কুৰ তহঁতৰ ৰেগিংৰ কাৰণে মোৰ মামাৰ লৰা জনে আত্মহত্যা কৰিব ওলাইছিল তিন তোলা বিল্ডিঙৰ পৰা জাপ মাৰিছিল সি । উপৰলাৰ দয়াত সি বাচি গল কিন্তু কঁকাল ভংগাৰ কাৰণে গোটেই জীৱন এতিয়া সি পঙ্গু হৈ ৰল । জীৱনটোৱে শেষ পালে তাৰ হুইল চিয়াৰত বহি জীৱন কটাব লগা হৈছে । আৰু বাকী কেইজনকো শাস্তি দিয়া হৈছে । কৰোৱাক দুৰ্ঘটনাৰ মুখত পেলাই পঙ্গু বনাইছো কৰোৱাৰ আত্মসন্মান নাইকীয়া কৰিছো কৰোৱাৰ মূৰ নষ্ট কৰি পাগল কৰি আছোঁ । এতিয়া তৰ পালা বেতা তই আছিলি সিহঁতৰ লিডাৰ হয় নে।"
ৰেণু কাকুতি মিনতি কৰিছিল " please ইয়াক নামাৰিব । ই নাজানে নে নহয় যে তোমাৰ মামাৰ লৰাই আত্মহত্যা কৰিব বুলি । ইহঁতে কেৱল ধেমালি হে কৰিছিল "
সি ৰেণুৰ পিনে চাই কৈছিল " heroine জানানে নাই যে ৰেগিং কৰা আইনিয় অপৰাধ তাৰ কাৰণে আইনে দণ্ড দিয়ে । নিজৰ ফুৰ্তিৰ কাৰণে বেলেগক মানসিক কষ্ট দি কৈছা যে সেইটো ধেমালি আছিল । কি লাভ ইমান পঢ়া শুনা কৰি যদি আনৰ কষ্ট বুজিব নোৱাৰা ।"
হয় এতিয়া মোৰ ভুলৰ অনুতাপ হৈছিল কি ভুল কৰিছিলো বুজি পাইছিলো এতিয়া ভাল দৰে । আমাৰ কাৰণে কোনোবাই আত্মহত্যা কৰিব বিচাৰিছিল তেনেহলে তাৰ মনত কিমান আঘাত পাইছিল আমাৰ ৰেগিংৰ পৰা । যাক আমি ধেমালি বুলি মনিছিলো ।
মই ভুল অনুতাপ কৰি তাক কলো " ভাই সঁচাকৈ আমাৰ ভুল হৈছে । আমি ভাবা নাছিলো যে কোনোবা আমাৰ ৰেগিংৰ কাৰণে জীৱন শেষ কৰিব বুলি । ক্ষমা কৰি দিয়া মোক "
সি হাঁহিছিল আৰু পিষ্টল টো মোৰ কপালত লগাই লৈছিল " ক্ষমা । তৰ ক্ষমা খুজিলে মোৰ মামাৰ লৰাই অতীত ঘূৰাই পাব তাৰ সপোন তাৰ কঠোৰ পৰিশ্ৰমৰ ফল সি ঘূৰাই পাব জানো । তই য়ে পাব ক । এদিন নহয় দুদিন নহয় এবাৰ নহয় দুবাৰ নহয় চাৰি মাহ তহঁতে তাক ৰেগিং কৰিছা । যাৰ ফলত সি আজি সকলো ধ্বংস কৰি পেলাইছে । পঢ়াও শেষ কৰিব নোৱাৰিলে এতিয়া সি বুঢ়া মাক বাপেকৰ কান্ধৰ ভাৰ হৈ পৰিছে । মাক বাপেক মৰিলে তাক কোনে চাব । কোনে তাৰ দায়িত্ব লব "
" ভাই । তোমাৰ মামাৰ লৰাৰ কাৰণে মোৰ লগত যিমান টকা পইচা আছে সকলো তাক দিম । তই আমাক এৰি দে । মোৰ ভুলৰ কাৰণে তই মোৰ পত্নীক কিয় কষ্ট দি আছা । তাইক যাব দিয়া । আৰু মোৰ লগত ইমান খিনি টকা পইচা সম্পত্তি আছে যে তোমাৰ মামাৰ লৰাই সৰু সুৰা কিবা এটা বেপাৰ কৰি খাব পাৰিব । আৰু মই তাৰ দায়িত্ব লম । বিশ্বাস কৰা ভাই মোক ।" মই তাক বুজাব চেষ্টা কৰিছিলো কিন্তু সি কত বুজিব ।
" ৱাহ কি কথা কৈছা । ভুলৰ প্ৰাচ্ছিত কৰিব ওলাইছা এতিয়া । এতিয়া বুজি পাইছোঁ কৰোৱাৰ জীৱন কিমান মূল্যবান । নিজকে বৰ হিৰো বুলি ভাবিছিলি ন । কিন্ত্ত তৰ টকা পইচা নালাগে মোক । আৰু তৰ পত্নীকো আমি যাব নিদিওঁ নহলে তাই পুলিচৰ ওচৰত যাব । ইমান বুৰ্বক পাইছানে মোক । "
ৰেনুয়ে উত্তৰ দিছিল " কিন্তু তুমি আমাক এনেকৈ কিমান দিন অপহৰণ কৰি ৰাখিবা । আমাৰ মা দেউতাই ফোন নাপালে আমাৰ খবৰ লবলৈ আমাৰ ঘৰত আহিব আৰু আমাক নাপালে নিশ্চয় পুলিচৰ ওচৰত যাব আৰু আমাৰ missing report কৰিব তেতিয়া আমাক বিচাৰি পুলিচেতো আহিবই । তেতিয়া তৰ কি হব তই ধৰা পৰিবি "
ৰেণুৰ কথাত সি হা হা হা হা কৈ হাঁহিব ধৰিলে আৰু কলে " হিৰইন তুমি সঁচাই বহুত আজলী । এতিয়া technology ৰ দিন । ৰবা তোমাক দেখাই আছোঁ "
তেনেকৈ কৈ সি ফোন লগালে আৰু call recording শুনাব ধৰিলে । আমি কান পাতি শুনিলো । Call recording টোত এফালে ৰেণুৰ মাত আৰু এফালে ৰেণুৰ মাকৰ মাত ।
" অহ মা অহা কালি আমি ফুৰিব যাম দিল্লী লৈ । "
" দে ভাল কথা । চাবা ভাল দৰে যাবা । ট্ৰেইনত বহুত চুৰি হয় বস্তু বাহানি ভাল কৈ ৰাখিবা লগতে "
" মা তুমি চিন্তাই নকৰিবা ই এ.চি কেবিনৰ ফাৰ্ষ্ট ক্লাছৰ তিকেত লৈছে "
" ভাল কথা তেনেহলে । কিমান দিনৰ কাৰণে যাব ওলাইছা । "
" মা ই কৈ আছে যে ২০ দিন ফুৰাব । "
" দে ঠিকে আছে ফোন কৰি থাকিবা আকৌ "
" হব মা । আস্চা ৰাখিলোঁ এতিয়া মই । বেগ পেক কৰোঁ এতিয়া "
আৰু সি ৰেকৰ্ডিং টো বন্ধ কৰি দিলে । আমি দুটাই আচৰিত হৈ ভেবা লাগি চাই থাকিলো । সি হাহিব ধৰিলে । নিজকে বৰ বুদ্ধিমান দেখাব ধৰিলে ।
" মোৰ মবাইলত এনে এটি voice moduler ৰ software আছে আৰু সেই ছফ্টৱেৰৰ সহায়ত মই যাৰে তাৰে মাতৰ লগত মাত মিলাই কথা পাতিব পাৰো । এতিয়া কথা হল যে তহঁত দুওজনৰে ঘৰৰ মানুহ বিলাকে জানে যে তহঁত দুজন দিল্লী লৈ ফুৰিব গৈছো । "
মই হতবাস হৈ পৰিলোঁ " ভাই তই কি বিচৰা আমাৰ পৰা এতিয়া । তৰ নাম কি ? "
সি হাঁহি হাঁহি কলে " মোৰ নাম ? মোৰ আচল নাম টো নকওঁ কিন্তু মোৰ মাতা নাম হল ৰিংকু । আৰু তহঁতৰ পৰা কি বিচাৰো এইটো পিছত কম "
আৰু সি বাকী দুজনক ইংগিত দিলে । সিহঁত তিনি জন ৰুমৰ পৰা ওলাই গল আৰু বাহিৰৰ পৰা দৰ্জা খন বন্ধ কৰি দিলে । ৰেণু মোৰ কাষত আহি ৰল । দুওৰে মুখত মাত নুফুতিল । চাগে কব লগীয়াই নাছিল আৰু ।