- 774
- 1,818
- 124
পিছদিনা ৰিংকুয়ে ৰেণুৰ কাৰণে তিনিযোৰ চুৰিদাৰ আৰু তেল চেম্পু চাবোন মুখত লগোৱা আদি বস্তু আনি দিছিল ।
তেনেকৈ এদিনৰ পিছত এদিন পাৰ হৈ গৈছিল । ৰিংকুয়ে ৰেনুক সহজ কৰি পেলাইছিল । এতিয়া ৰেণু তাৰ লগত কথা বতৰা পাতিছিল । তাৰ লগত থাকোঁতে থাকোঁতে তাইৰ এটা সম্পৰ্ক গঢ়ি উঠিছিল বন্ধুত্বৰ দৰে ।
দহ দিনৰ দিনা ৰেণু কলে " তুমি কৈছিলা নহয় দহ দিন ৰাখিবা । আজি দহ দিন হল please এতিয়া আমাক যাব দিয়া না "
ৰিংকু তাইৰ মুখ খনি দূহতাতত লৈ মৰমৰে কৈছিল " দিম ৰবা যাব । আৰু পাঁচ দিন ৰখা তাৰ পাছত তোমাক দুজনক থৈ আহিম "
ৰেণু ৰিংকুৰ বুকুত আঙুলিৰে লিৰীয়াই কুন্মুনাই অনুগ্ৰহ কৰিছিল " please যাব দিয়া না pleased"
" কিও জেঙা ধৰিছা মইনা কৈছোঁ না আৰু পাঁচ দিন । তোমাৰ লগত হেপাহ পলোৱা নাই । সঁচা কৈছোঁ আৰু পাঁচ দিন মাত্ৰ পাঁচ দিন " ৰিংকু তাইক বুজাইছিল
ৰেণুৰ মান্তি হবলৈ বাধ্য যদিও বা তাই এই কেইদিন ৰিংকুৰ যৌনাংগৰ আনন্দ লৈছিল কিন্তু তাই বুজিছিল যে এইখন পৃথিৱী তাইৰ নহয় তাইৰ পৃথিৱী তাইৰ স্বামীৰ লগত । যদিও বা ৰিংকুৰ দেহৰ প্ৰতি তাই আকৰ্ষিত হৈছিল এটা বন্ধুত্বৰ সম্পৰ্ক সৃষ্টি হৈছিল কিন্তু তাইৰ হিয়া এতিয়াও স্বামীৰ আছিল ।
" তেনেহলে এবাৰ পৰাগক লগ ধৰিব দে । সি ঠিকে আছে নে নাই চাই আহিব দে মোক " ৰেনুয়ে অনুগ্ৰহ কৰিছিল
" নাই এইটো নহব । এইটোৱেই ত মোৰ সংকল্প তোমাক পৰাগৰ পৰা কাঢ়ি অনা । " ৰিংকুয়ে টান কৈ মনা কৰি দিছিল।
ৰেণুৰ অলপ দুখ লাগিছিল । কিন্তু তাই বাধ্য